‘ৰাজ্য প্ৰতিস্থা দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। "এই বছৰৰ এই অনুষ্ঠানটোৱে নিতান্তই বিশেষ গুৰুত্ব বহণ কৰিছে, কিয়নো আমি ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত", শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিলে;
"ছিকিমৰ জনসাধাৰণক তেওঁলোকৰ ‘ৰাজ্য প্ৰতিস্থা দিৱস’ উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ! এইবাৰ ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে এই অনুষ্ঠানটোৱে আৰু অধিক বিশেষত্ব বহণ কৰিছে! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত। ই বিভিন্ন খণ্ডত অগ্ৰগতি লাভ কৰিছে। এই সুন্দৰ ৰাজ্যখনৰ জনসাধাৰণৰ উন্নতি হওক।"
Warm greetings to the people of Sikkim on their Statehood Day! This year, the occasion is even more special as we mark the 50th anniversary of Sikkim’s statehood!
— Narendra Modi (@narendramodi) May 16, 2025
Sikkim is associated with serene beauty, rich cultural traditions and industrious people. It has made strides in…


