পাৰ্চী নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আগন্তুক বছৰটো আনন্দ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰে পৰিপূৰ্ণ হওক। নৱৰোজ মুবাৰক!"
Greetings on Parsi New Year. May the coming year be filled with joy, prosperity and good health. Navroz Mubarak!
— Narendra Modi (@narendramodi) August 16, 2022