‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে তেওঁৰ সকলো ভক্তপ্ৰাণলৈ আই ‘কালৰাত্ৰী’ৰ আশীৰ্বাদো কামনা কৰাৰ লগতে আই ‘কালৰাত্ৰী’ৰ এফাঁকি প্ৰাৰ্থনাও ‘শ্বেয়াৰ’ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰিছে;
“সুখপ্ৰসন্নৱদনা স্মেৰাননসৰোৰুহাম্।
এবং সঞ্চিয়ন্তয়েত্কাল ৰাত্ৰী সৰ্বকামসমৃদ্ধিদাম্।।
দেশবাসীক ‘নৱৰাত্ৰী’ৰ ‘মহা সপ্তমী’ৰ মংগলকামনা জনাইছোঁ। আই ‘কালৰাত্ৰী’ৰ কৰুণা আৰু কৃপাৰে আপোনালোক সকলোৰে জীৱন জ্যোতিৰ্গময় আৰু সুখময় হওক। তেওঁৰে জড়িত এক স্তুতি...”
सुखप्रसन्नवदनां स्मेराननसरोरुहाम्।
— Narendra Modi (@narendramodi) October 2, 2022
एवं सञ्चियन्तयेत्कालरात्रिं सर्वकामसमृद्धिदाम्॥
देशवासियों को नवरात्रि की महासप्तमी की मंगलकामनाएं। मां कालरात्रि की करुणा और कृपा से आप सभी का जीवन ज्योतिर्मय और सुखमय हो। उनसे जुड़ी एक स्तुति… pic.twitter.com/LmISnUREW2


