প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হান্নুক্কাহ উত্সৱ উপলক্ষ্যে ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ সকলো ইহুদী বন্ধু-বান্ধৱীকে শুভেচ্ছা জনাইছে।

এক টুইটযোগে শ্ৰী মোদীয়ে কয়, ‘ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ সকলো ইহুদী বন্ধু-বান্ধৱীকে চাগ হান্নুক্কাহ চামেছ। এই উত্সৱে আমাৰ জীৱনলৈ শান্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনক আৰু ইয়াৰ জৰিয়তে আমাৰ জনসাধাৰণৰ মাজৰ সম্বন্ধ আৰু অধিক মজবুত হৈ পৰক।’

এই টুইটটো ইজৰাইলৰ প্ৰধানমন্ত্ৰী ব্ৰেঞ্জামিন নেতানয়াহু আৰু ৰাষ্ট্ৰপতি ৰিউভেন ৰিভলিনক টেগ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিব্ৰু ভাষাতেই এই টুইট কৰিছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”