প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো পদবীধাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আমাৰ উপকূলত শক্তিশালী ঢাল হিচাপে থাকি নিজৰ নাম উজলাইছে আৰু সামুদ্ৰিক সুৰক্ষা, দুৰ্যোগৰ ক্ষেত্ৰত দ্ৰুত সঁহাৰি  তথা আমাৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা প্ৰশংসনীয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"প্ৰতিষ্ঠা দিৱসত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো পদবীধাৰীলৈ অভিনন্দন। তেওঁলোকে আমাৰ উপকূলত শক্তিশালী ঢাল হিচাপে থিয় দি নিজৰ নাম উজলাইছে। সামুদ্ৰিক সুৰক্ষা, দুৰ্যোগৰ ক্ষেত্ৰত দ্ৰুত সঁহাৰি তথা আমাৰ সামুদ্ৰিক পৰিৱেশতন্ত্ৰৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ অটল দায়বদ্ধতা প্ৰশংসনীয়।"

@IndiaCoastGuard

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Assam makes first agarwood export to Gulf, eyes Rs 50,000 crore potential

Media Coverage

Assam makes first agarwood export to Gulf, eyes Rs 50,000 crore potential
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising that greatest goals can be achieved through knowledge
May 14, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising that knowledge is such a capital of life, with which even the greatest goals can be achieved. Shri Modi remarked that knowledge takes us out of the darkness of ignorance and leads us towards success and self-confidence.

The Prime Minister shared a Sanskrit Subhashitam-

"विद्वान् प्रशस्यते लोके
विद्वान् सर्वत्र गौरवम्।

विद्यया लभते सर्वं
विद्या सर्वत्र पूज्यते॥"

The Prime Minister posted on X:

"विद्या जीवन की ऐसी पूंजी है, जिससे बड़े से बड़े लक्ष्य को हासिल किया जा सकता है। विद्या हमें अज्ञानता के अंधकार से निकालकर सफलता और आत्मविश्वास की ओर ले जाती है।

विद्वान् प्रशस्यते लोके
विद्वान् सर्वत्र गौरवम्।

विद्यया लभते सर्वं
विद्या सर्वत्र पूज्यते॥"