প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পূণ্যাত্মা দালাই লামাৰ সৈতে আজি বাৰ্তালাপ কৰে আৰু তেওঁৰ ৮৬তম জন্মদিনত তেওঁক শুভেচ্ছা জনায়।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয়, “টেলিফোনত পূণ্যাত্মা @DalaiLamaক তেওঁৰ ৮৬তম জন্মদিনৰ শুভেচ্ছা জনালো। মই তেওঁৰ সুস্থ আৰু দীর্ঘ জীৱন কামনা কৰিছো।“
Spoke on phone to His Holiness the @DalaiLama to convey greetings on his 86th birthday. We wish him a long and healthy life.
— Narendra Modi (@narendramodi) July 6, 2021


