প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ বাথুকাম্মা উপলক্ষে দেশবাসীক বিশেষকৈ তেলেংগানাৰ নাৰী শক্তিক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"পৱিত্ৰ বাথুকাম্মা উপলক্ষে দেশবাসীক, বিশেষকৈ তেলেংগানাৰ নাৰী শক্তিক শুভেচ্ছা জনাইছোঁ। এই উৎসৱে প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰক আৰু ফুলৰ প্ৰতি আমাৰ আগ্ৰহ বৃদ্ধি কৰক।"
Greetings to everyone, particularly the Nari Shakti of Telangana on the auspicious occasion of Bathukamma. May this festival deepen our connect with nature and deepen interest in flowers.
— Narendra Modi (@narendramodi) September 25, 2022


