প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱসত দেশবাসীক শুভেচ্ছা জনায়।"এই উপলক্ষে আমাক ভাৰত মাতৃৰ সেই বীৰ পুত্ৰসকলৰ অতুলনীয় সাহস আৰু বীৰত্বৰ কথা মনত পেলাই দিয়ে যিসকলে দেশৰ গৌৰৱ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল", শ্ৰী মোদীয়ে কয়।
এক্সত পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:
"কাৰ্গিল বিজয় দিৱসৰ উপলক্ষে দেশবাসীক বহুত শুভেচ্ছা জনাইছো। এই দিৱসে আমাক ভাৰত মাতৃৰ সেই বীৰ পুত্ৰসকলৰ অতুলনীয় সাহস আৰু বীৰত্বৰ কথা সোঁৱৰাই দিয়ে, যিসকলে দেশৰ আত্মসন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মাতৃভূমিৰ বাবে প্ৰাণ বিসৰ্জন দিবলৈ তেওঁলোকৰ আবেগে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। জয় হিন্দ!
देशवासियों को कारगिल विजय दिवस की ढेरों शुभकामनाएं। यह अवसर हमें मां भारती के उन वीर सपूतों के अप्रतिम साहस और शौर्य का स्मरण कराता है, जिन्होंने देश के आत्मसम्मान की रक्षा के लिए अपना जीवन समर्पित कर दिया। मातृभूमि के लिए मर-मिटने का उनका जज्बा हर पीढ़ी को प्रेरित करता रहेगा। जय…
— Narendra Modi (@narendramodi) July 26, 2025


