‘গণৰাজ্য দিৱস’ উপলক্ষে দেশবাসীক শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত কৰা ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
“গণৰাজ্য দিৱস’ত অলেখ শুভকামনা জ্ঞাপন কৰিছো। এইবাৰৰ এই উপলক্ষ এইকাৰণেই বিশেষ কিয়নো এইবাৰ আমি এই উপলক্ষ স্বাধীনতাৰ অমৃত মহোত্সৱৰ মাজত উদযাপন কৰিছো। দেশৰ মহান স্বাধীনতা সেনানীসকলৰ সপোনবোৰক বাস্তৱায়িত কৰাৰ বাবে আমি একত্ৰিত হৈ আগবাঢ়িম, এই কামনাকে কৰিছো।
সকলো দেশবাসীলৈ গণৰাজ্য দিৱসৰ শুভকামনা জনালো!
गणतंत्र दिवस की ढेर सारी शुभकामनाएं। इस बार का यह अवसर इसलिए भी विशेष है, क्योंकि इसे हम आजादी के अमृत महोत्सव के दौरान मना रहे हैं। देश के महान स्वतंत्रता सेनानियों के सपनों को साकार करने के लिए हम एकजुट होकर आगे बढ़ें, यही कामना है।
— Narendra Modi (@narendramodi) January 26, 2023
Happy Republic Day to all fellow Indians!


