প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহনক্ষম উন্নয়ন আৰু স্বচ্ছ নগৰীয়া গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে দিল্লী চৰকাৰৰ পদক্ষেপৰ অধীনত বৈদ্যুতিক বাছৰ শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যোগে এখন স্বচ্ছ আৰু সেউজ দিল্লী গঢ়ি তোলাত অৰিহণা যোগাব। তেওঁ লগতে উল্লেখ কৰে যে এই পদক্ষেপে দিল্লীৰ জনসাধাৰণৰ বাবে 'জীৱন ধাৰণৰ সূচলতা'ৰো উন্নতি সাধন কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সতপোষ্ট কৰে;

"এখন স্বস্ছ আৰু সেউজ দিল্লী নিৰ্মাণ!

বহনক্ষম উন্নয়ন আৰু স্বচ্ছ নগৰীয়া গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে দিল্লী চৰকাৰৰ পদক্ষেপৰ অধীনত বৈদ্যুতিক বাছৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতেএইপদক্ষেপেদিল্লীৰ জনসাধাৰণৰ বাবে 'জীৱন ধাৰণৰ সূচলতা'ৰোউন্নতি সাধন কৰিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government