প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোছ হাছানাহ উপলক্ষে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু, ইজৰাইলৰ প্ৰিয় জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্সৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“শ্বানা টোভা! মোৰ বন্ধু, প্ৰধানমন্ত্ৰী @netanyahu, ইজৰাইলৰ প্ৰিয় জনসাধাৰণ আৰু সমগ্ৰ বিশ্বৰ ইহুদী সমাজলৈ ৰোছ হাছানাহৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই নতুন বছৰে যেন সকলোৰে জীৱনলৈ সু-স্বাস্থ্য, শান্তি আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰে, তাৰেই কামনা কৰিলোঁ।” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export

Media Coverage

Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM greets everyone on occasion of Baisakhi
April 14, 2026

The Prime Minister Shri Narendra Modi greeted everyone on occasion of Baisakhi today.

In a post on X, he said:

“Wishing you all a happy Baisakhi!”