প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ষট্ পূজাৰ পৱিত্ৰ সন্ধ্যা অর্ঘ্য অনুষ্ঠান উপলক্ষে দেশৰ নাগৰিকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এই উপলক্ষে ষটি মাইয়াৰ প্ৰতি উৎসর্গিত ভক্তিমূলক গীতো ভাগ বাটোৱাৰা কৰে।

এক্সত এটা পোষ্টত শ্ৰীমোদীয়ে লিখিছেঃ

"সমগ্ৰ দেশৰে আপোন পৰিয়ালৰ সদস্যসকলক মহান উৎসৱ ষটৰ সন্ধ্যা অৰ্ঘ্যৰ শুভেচ্ছা জনালো। এই শুভ উপলক্ষে অস্তাচলগামী সূৰ্যলৈ অর্ঘ্য আগবঢ়োৱাৰ আমাৰ পৰম্পৰা অতি বিশেষ। সূৰ্য দেৱৰ অনুগ্ৰহৰ দ্বাৰা সকলোৰে কল্যাণ হওক, সকলোৱে সুখী হওক আৰু জীৱনত সফলতা লাভ কৰক, এয়াই কামনা। জয় ষটি মাইয়া!

https://m.youtube.com/watch?v=er0EO-Zp904

https://m.youtube.com/watch?v=OrlnX9zM5-k&pp=0gcJCR4Bo7VqN5tD

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways' financial health improves in last 10 yrs, surplus revenue after meeting cost: Ashwini Vaishnaw

Media Coverage

Railways' financial health improves in last 10 yrs, surplus revenue after meeting cost: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ফেব্ৰুৱাৰী 2026
February 07, 2026

Empowering the Nation: Trade Deals, Tech Innovations, and Rural Revival Under PM Modi