প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে য়ুন ছুক ইয়লক শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি @sukyeol__yoon-ক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। তেওঁ আজি তেওঁৰ কার্যকাল আৰম্ভ কৰিছে৷ মই শীঘ্ৰে তেওঁক সাক্ষাৎ কৰাৰ লগতে ভাৰত-দক্ষিণ কোৰিয়াৰ সম্পর্কক আৰু অধিক শক্তিশালী আৰু সমৃদ্ধ কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী হৈ আছো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Reforms, agile economic management bearing fruit: FM on 7.8% Q1 GDP growth

Media Coverage

Reforms, agile economic management bearing fruit: FM on 7.8% Q1 GDP growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the qualities of a truly wise person
September 01, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of a truly wise person.

The Prime Minister wrote on X;

"यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।

कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥"

A truly wise person is one whose plans and actions remain hidden from others until they are completed. Such a disciplined, discerning and thoughtful person is rightly regarded as truly wise.