প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোৰত পথ দূৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে কথা পাতিছে আৰু শেহতীয়া পৰিস্থিতৰ বুজ লৈছে৷

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,

“ইণ্ডোৰৰ পথ দূৰ্ঘটনাক লৈ অতিশয় মৰ্মাহত হৈছো৷ মুখ্যমন্ত্ৰী @ChouhanShivraj জীৰ সৈতে কথা পাতিছো আৰু শেহতীয়া পৰিস্থিতিৰ বুজ লৈছো৷ ৰাজ্য চৰকাৰে ক্ষিপ্ৰগতিত উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ নেতৃত্ব প্ৰদান কৰিছে৷ সকলো পীড়িত আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi