প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ চালেম ৰে'ল জংচনৰ জনসাধাৰণে বন্দে ভাৰতক প্ৰদান কৰা উচ্ছ্বসিত আদৰণিৰ বাবে আনন্দ প্ৰকাশ কৰিছে।
বন্দে ভাৰতক আদৰণি জনাই মানুহে সম্পূৰ্ণ উৎসাহেৰে চালেম ৰে'ল ৱে জংচনত ৰে'লখনত ফুল ৰখাইছিল।
তামিলনাডুৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"চালেমলৈ উষ্ম আদৰণি!
A spectacular welcome in Salem!
— Narendra Modi (@narendramodi) April 10, 2023
Such enthusiasm is common in different places the Vande Bharat Express reaches, showing the deep pride among the people of India. https://t.co/hHgj3no8vG
যেতিয়া বন্দে ভাৰত বিভিন্ন স্থানত উপনীত হয়, তেতিয়া জনসাধাৰণৰ মাজত এনে উৎসাহ দেখা যায়, যি হৈছে ভাৰতৰ জনসাধাৰণৰ গৌৰৱৰ প্ৰতিফলন। "
Wonderful! https://t.co/XRsb0S8S8x
— Narendra Modi (@narendramodi) April 10, 2023


