প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ 'মন কী বাত' কাৰ্যক্ৰমৰ এটা ক্লিপ শ্বেয়াৰ কৰিছে, য'ত তেওঁ লেৱেণ্ডাৰৰ বিষয়টো ৰেখাংকিত কৰে।
শ্ৰী মোদীয়ে জম্মু-কাশ্মীৰত লেৱেণ্ডাৰৰ বৰ্ধিত জনপ্ৰিয়তাত সন্তুষ্টি প্ৰকাশ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"জম্মু আৰু কাশ্মীৰত লেৱেণ্ডাৰক জনপ্ৰিয় হোৱা দেখি ভাল লাগিছে। মই অলপতে #MannKiBaat কাৰ্যক্ৰমৰ সময়তো এই বিষয়টো ৰেখাংকিত কৰিছিলোঁ। youtu.be/kkbQzipkqrA"
Good to see Lavender becoming popular in Jammu and Kashmir. I had highlighted this topic during a recent #MannKiBaat programme as well. https://t.co/V6Zs2665rp https://t.co/AjvT1nFbcO
— Narendra Modi (@narendramodi) June 9, 2023


