প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয় ২০২২-২৩ত জিইএমৰ দ্বাৰা সৰ্বমুঠ ব্যৱসায়িক মূল্য ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাত সন্তুষ্টি ব্যক্ত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযুষ গোয়েলৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"উৎকৃষ্ট! @GeM_India ই আমাক ভাৰতৰ জনসাধাৰণৰ শক্তি আৰু উদ্যমিতাৰ এক ৰেঙণি দিছে। ই বিভিন্ন নাগৰিকৰ বাবে সমৃদ্ধি আৰু উন্নত বজাৰ সুনিশ্চিত কৰিছে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bharat atta, rice set for market return ahead of festive season

Media Coverage

Bharat atta, rice set for market return ahead of festive season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond