ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ পালঘৰত এটা আৱাসিক অট্টালিকা ভাঙি পৰাত দুৰ্ভাগ্যজনকভাৱে কেইবাজনো লোক নিহত হোৱাৰ লগতে আহত হোৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যলয়ে এক্স-ৰ এটা প’ষ্টত এইদৰে কয়ঃ

“মহাৰাষ্ট্ৰৰ পালঘৰত এটা অট্টালিকা ভাঙি পৰাৰ ঘটনাত শোকহত হৈছোঁ। এই কঠিন সময়ত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। ইয়াত ক্ষতিগ্ৰস্তসকলক কৰ্তৃপক্ষই সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াই আছেঃ প্ৰধানমন্ত্ৰী @narendramodi।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India vehicle retail sales seen steady in December as tax cuts spur demand: FADA

Media Coverage

India vehicle retail sales seen steady in December as tax cuts spur demand: FADA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ডিচেম্বৰ 2025
December 09, 2025

Aatmanirbhar Bharat in Action: Innovation, Energy, Defence, Digital & Infrastructure, India Rising Under PM Modi