প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। "আপোনাৰ প্ৰীতি-শুভেচ্ছাই মোক দেশ সেৱাত নিয়োজিত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে", শ্ৰী মোদীয়ে কয়।
আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“@ombirlakota-ক আপোনাৰ শুভেচ্ছাৰ বাবে গভীৰ কৃতজ্ঞতা জনালোঁ। আমাৰ চৰকাৰে দেশবাসীৰ কল্যাণ সাধন আৰু ৰাষ্ট্ৰখনৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। আপোনাৰ প্ৰীতি-শুভেচ্ছাই মোক দেশ সেৱাত নিয়োজিত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে।"
शुभकामनाओं के लिए आपका बहुत-बहुत आभार @ombirlakota जी। देशवासियों के कल्याण और राष्ट्र के समग्र विकास के लिए हमारी सरकार अपने प्रयासों में कोई कोर-कसर नहीं छोड़ने वाली है। यह आप सबका स्नेह ही है, जो मुझे निरंतर देशसेवा में जुटे रहने के लिए प्रेरित करता रहता है। https://t.co/QZJJONUj2a
— Narendra Modi (@narendramodi) September 17, 2025


