‘জি-২০’ৰ অধ্যক্ষতাৰ ক্ষেত্ৰত ভাৰতলৈ সমৰ্থন আগবঢ়োৱাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ এক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

 

জাপানৰ প্ৰধানমন্ত্ৰী ফিউমিঅ’ কিশ্বিডাৰ অভিনন্দনসূচক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়,

 

‘জি-২০’ৰ অধ্যক্ষতা সন্দৰ্ভত স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰো ছেনচেজে প্ৰকাশ কৰা শুভকামনাৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জনাই প্ৰকাশ কৰা ‘টুইট’ত কয়;

 

‘ইউৰোপীয় সংঘ’ৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ অভিনন্দনসূচক ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শুভকামনাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে কয়;

 

ভাৰতৰ ‘জি-২০’ অধ্যক্ষতাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনকো ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Italy and India: A strategic partnership for the Indo-Mediterranean

Media Coverage

Italy and India: A strategic partnership for the Indo-Mediterranean
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future