প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ প্ৰখ্যাত ‘পডকাষ্টাৰ আৰু এআই গৱেষক’ লেক্স ফ্ৰিডমেনৰ সৈতে এক আকৰ্ষণীয় আৰু চিন্তাপ্ৰৱণ বাৰ্তালাপ কৰিছিল। তিনি ঘণ্টা ধৰি চলা এই আলোচনাত প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱ, হিমালয়ত অতিবাহিত কৰা তেওঁৰ প্ৰাৰম্ভিক বছৰসমূহ আৰু ৰাজহুৱা জীৱনত তেওঁৰ যাত্ৰাকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হৈছিল। প্ৰখ্যাত ‘এআই গৱেষক আৰু পডকাষ্টাৰ’ লেক্স ফ্ৰিডমেনৰ সৈতে হোৱা এই বহু প্ৰত্যাশিত তিনিঘণ্টীয়া পডকাষ্টটো কাইলৈ, ১৬ মাৰ্চ, ২০২৫ তাৰিখে সম্প্ৰচাৰণৰ বাবে সাজু কৰি তোলা হৈছে। লেক্স ফ্ৰিডমেনে কথোপকথনটোক তেওঁৰ জীৱনৰ "আটাইতকৈ শক্তিশালী কথোপকথনসমূহৰ অন্যতম" বুলি বৰ্ণনা কৰিছে।


আগন্তুক ‘পডকাষ্ট’ সম্পৰ্কে লেক্স ফ্ৰিডমেনে ‘এক্স’-ত কৰা ‘পোষ্ট’ৰ সঁহাৰি দি শ্ৰী মোদীয়ে ‘এক্স’-ত লিখিছে;


"@lexfridman সৈতে এয়া এক সঁচাকৈয়ে আকৰ্ষণীয় কথোপকথন আছিল, য'ত মোৰ শৈশৱ, হিমালয়ত কটোৱা বছৰসমূহ আৰু ৰাজহুৱা জীৱনৰ যাত্ৰাৰ কথা মনত পেলোৱাকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হৈছে।


‘টিউন’ কৰক আৰু এই বাৰ্তালাপৰ অংশীদাৰ হওক!"

 

  • Gaurav munday May 24, 2025

    💘💖🌁💛
  • Pratap Gora May 16, 2025

    Jai ho
  • Jitendra Kumar May 03, 2025

    🙏❤️🙏🙏🇮🇳
  • Dharam singh April 30, 2025

    जय श्री राम जय जय श्री राम
  • Dharam singh April 30, 2025

    जय श्री राम
  • Dalbir Chopra EX Jila Vistark BJP April 24, 2025

    2ऊ
  • Dalbir Chopra EX Jila Vistark BJP April 24, 2025

    1
  • Gaurav munday April 24, 2025

    1334
  • Anjni Nishad April 23, 2025

    जय हो 🙏🏻🙏🏻
  • Bhupat Jariya April 17, 2025

    Jay shree ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
The Unbelievable Yet Real Success Story Of Infrastructure In Modi-Led Bharat Over 11 Years

Media Coverage

The Unbelievable Yet Real Success Story Of Infrastructure In Modi-Led Bharat Over 11 Years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুন 2025
June 14, 2025

Building a Stronger India: PM Modi’s Reforms Power Infrastructure, Jobs, and Rural Prosperity