প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএমএ চিজিএমৰ ৰডলফ ছাডেৰ সৈতে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সামুদ্ৰিক খণ্ডত সামুদ্ৰিক সংযোগ বৃদ্ধি, বিশ্বৰ জাহাজ চলোৱাৰ ধাৰা আৰু উদীয়মান সুযোগসমূহৰ বিষয়ত আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে জাহাজ নিৰ্মাণ, কণ্টেইনাৰ নিৰ্মাণ, ডিজিটেল সামুদ্ৰিক উদ্ভাৱন, লজিষ্টিক আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ পথ সন্দৰ্ভত আলোচনা কৰা হয়।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ সম্প্ৰসাৰিত বন্দৰৰ আন্তঃগাঁথনিয়ে বিশ্বৰ সামুদ্ৰিক নেতাসকলৰ বাবে আশাব্যঞ্জক সুযোগ প্ৰদান কৰিছে।
এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
“ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সামুদ্ৰিক খণ্ডত সামুদ্ৰিক সংযোগ, বিশ্বব্যাপী জাহাজ চলোৱাৰ ধাৰা আৰু উদীয়মান সুযোগসমূহৰ ওপৰত চিএমএ চিজিএমৰ শ্ৰীমান ৰডলফ ছাডেৰ সৈতে এক ফলপ্ৰসূ আলোচনা কৰিলোঁ।
জাহাজ নিৰ্মাণ, কণ্টেইনাৰ নিৰ্মাণ, ডিজিটেল সামুদ্ৰিক উদ্ভাৱন, লজিষ্টিক আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ পথসমূহৰ বিষয়ে আলোচনা কৰা হয়।
ভাৰতৰ সম্প্ৰসাৰিত বন্দৰৰ আন্তঃগাঁথনিয়ে বিশ্বৰ সামুদ্ৰিক নেতাসকলৰ বাবে আশাব্যঞ্জক সুযোগ প্ৰদান কৰিছে।
@cmacgm”
Had a fruitful discussion with Mr. Rodolphe Saadé of CMA CGM on maritime connectivity, global shipping trends and emerging opportunities in India’s rapidly growing maritime sector.
— Narendra Modi (@narendramodi) June 18, 2026
Discussed avenues for greater collaboration in shipbuilding, container manufacturing, digital… pic.twitter.com/k3vrCH3IiD


