ভোগী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰেঃ
"ভোগী উপলক্ষে সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ।"
Best wishes on the special occasion of Bhogi. pic.twitter.com/6oTxCq7xu8
— Narendra Modi (@narendramodi) January 14, 2024


