Share
 
Comments

বেলগ্ৰেডত অনুষ্ঠিত ‘বিশ্ব মল্ল প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে বিনেশ ফগত আৰু বজৰং পুনীয়াক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

“আমাৰ মুল্লযোদ্ধাসকলে আমাক গৌৰাৱান্বিত কৰিছে। বেলগ্ৰেডত অনুষ্ঠিত ‘বিশ্ব মল্ল প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে বিনেশ ফগত আৰু বজৰং পুনীয়ালৈ অভিনন্দন জনাইছোঁ। এই বিজয় দুয়োগৰাকী খেলুৱৈৰ বাবেই বিশেষ বুলি পৰিগণিত হ’ব, কিয়নো, এই মঞ্চত ২টা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ’ল বিনেশ আৰু বজৰঙে তেওঁৰ চতুৰ্থটো পদক জয় কৰিলে”।pic.twitter.com/atFe4Dbzov

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Phone exports more than double YoY in April-October

Media Coverage

Phone exports more than double YoY in April-October
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28নৱেম্বৰ 2022
November 28, 2022
Share
 
Comments

New India Expresses Gratitude For the Country’s all round Development Under PM Modi’s Leadership