ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাই জাম্পত ভাৰতৰ প্ৰথমটো পদক জয় কৰাত তেজস্বিন শংকৰক অভিনন্দন জনাইছে। হাই জাম্পত তেজস্বিন শংকৰৰ ব্ৰঞ্জৰ পদক কমনৱেলথ গেমছ, ২০২২ত ট্ৰেক আৰু ফিল্ডত ভাৰতৰ প্ৰথম পদক।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"তেজস্বিন শংকৰে ইতিহাস ৰচিলে। তেওঁ কমনৱেলথ গেমছত হাই জাম্প প্ৰতিযোগিতাত আমাৰ প্ৰথম পদক জয় কৰিছে। তেওঁক ব্ৰঞ্জৰ পদক জয় কৰা বাবে অভিনন্দন। তেওঁৰ প্ৰয়াসত গৰ্বিত। তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে শুভকামনা। তেওঁ সফলতা অৰ্জন কৰি যাওক।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘High Fives, Smiles And More’: PM Modi Celebrates Raksha Bandhan, Shares Glimpses From Festivities

Media Coverage

‘High Fives, Smiles And More’: PM Modi Celebrates Raksha Bandhan, Shares Glimpses From Festivities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi