এইটো তেওঁৰ চতুৰ্থটো কমনৱেল্থ গেমছ পদক, যাৰ জৰিয়তে তেওঁ দক্ষতা আৰু ধাৰাবাহিকতা দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে শ্ৰীকান্ত কিদাম্বি শ্ৰীকান্তৰ চতুৰ্থটো কমনৱেল্থ পদকৰ বাবে আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“ভাৰতীয় বেডমিণ্টনৰ অন্যতম শক্তিশালী খেলুৱৈ @srikidambiয়ে তেওঁৰ কমনৱেল্থ গেমছৰ ব্যক্তিগত মেচত ব্ৰঞ্জৰ পদক লাভ কৰে। এইটো তেওঁৰ চতুৰ্থটো কমনৱেল্থ গেমছৰ পদক যাৰ জৰিয়তে তেওঁ দক্ষতা আৰু স্থায়িত্ব দেখুৱাইছে। তেওঁক অভিনন্দন জ্ঞাপন কৰিলো। উদীয়মান খেলুৱৈ সকলক তেওঁ অনুপ্ৰাণিত কৰি যোৱাৰ লগতে ভাৰতক আৰু অধিক গৌৰৱান্বিত কৰক।”#Cheer4India"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi