প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভি ডি সতীশনক অভিনন্দন জ্ঞাপন কৰে।

মোদীয়ে মন্তব্য কৰে যে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত নৱগঠিত কেৰালাম চৰকাৰক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে।

মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ

"কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভি ডি সতীশনক অভিনন্দন জনাইছো। তেওঁৰ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা জনালোঁ। কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ আকাংক্ষা পূৰণৰ বাবে নৱগঠিত কেৰালাম চৰকাৰক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে।"

“കേരളത്തിന്റെ മുഖ്യമന്ത്രിയായി സത്യപ്രതിജ്ഞ ചെയ്ത വി ഡി സതീശൻ ജി ക്ക് ഹൃദയം നിറഞ്ഞ അഭിനന്ദനങ്ങൾ. അദ്ദേഹത്തിന്റെ ഭരണകാലത്തിന് എൻ്റെ എല്ലാ ആശംസകളും നേരുന്നു. ജനങ്ങളുടെ ആഗ്രഹങ്ങൾ സഫലീകരിക്കുന്നതിനായി, പുതുതായി രൂപീകൃതമായ കേരള ഗവൺമെൻ്റിന് കേന്ദ്ര ഗവൺമെൻറ് എല്ലാ വിധ പിന്തുണയും ഉറപ്പുനൽകുന്നു.”

@vdsatheesan

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros

Media Coverage

Tier-2 cities drive growth in India's tech hiring as GCC expansion spreads beyond metros
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 জুলাই 2026
July 02, 2026

Appreciation for India’s Inclusive Growth and Growing Global Footprint with the Modi Government