তামিল নাডুৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী এম কে ষ্টেলিনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
"তামিল নাডুৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা শ্ৰী @mkstalin ক অভিনন্দন জনাইছো।"
Congratulations to Thiru @mkstalin on being sworn-in as Tamil Nadu Chief Minister.
— Narendra Modi (@narendramodi) May 7, 2021


