প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ মহিলাৰ প্ৰত্যাহ্বানমূলক ৩০০০ মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক পোৱা প্ৰীতি লাম্বাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে Xত পোষ্ট কৰে :
"মহিলাৰ প্ৰত্যাহ্বানমূলক ৩০০০ মিটাৰ ষ্টিপলচেজত ব্ৰঞ্জৰ পদক পোৱা প্ৰীতি লাম্বাক অভিনন্দন। তেওঁৰ দৃঢ়তা আৰু অধ্যৱসায় প্ৰেৰণাৰ উৎস হৈ পৰিছে।"
Congratulations to Priti Lamba for securing the Bronze Medal in the challenging Women's 3000m Steeplechase at the Asian Games!
— Narendra Modi (@narendramodi) October 2, 2023
Her unwavering perseverance and sheer determination shine as a beacon of inspiration. pic.twitter.com/kpe8GrEV6G


