প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী পেমা খাণ্ডুক অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

তেওঁ শপত গ্ৰহণ কৰা আন মন্ত্ৰীসকলকো অভিনন্দন জনোৱাৰ লগতে দ্ৰুত উন্নয়ন সুনিশ্চিত কৰি জনসেৱা কৰাৰ তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পেমা খাণ্ডুলৈ অভিনন্দন। লগতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো। তেওঁলোকৰ ভৱিষ্যতৰ জনসেৱাৰ প্ৰচেষ্টাৰ বাবে মই শুভেচ্ছা জনাইছো। এই দলে অধিক দ্ৰুতগতিৰে ৰাজ্যৰ বিকাশ হোৱাটো সুনিশ্চিত কৰিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India achieves near-universal banking coverage, says Ministry of Finance

Media Coverage

India achieves near-universal banking coverage, says Ministry of Finance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026