প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া গেমছত মহিলাৰ ডিংগী-আইএলচিএ৪ ইভেণ্টত ৰূপৰ পদক জয়ৰ বাবে নেহা ঠাকুৰক অভিনন্দন জনাইছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“সমৰ্পন আৰু অধ্যয়সায়ৰ এক উজ্জ্বল নিদৰ্শন!

মহিলাৰ ডিংগী-আইএলচিএ৪ ইভেণ্টত নেহা ঠাকুৰে ৰূপৰ পদক জয় কৰিছে।

তেওঁৰ ব্যতিক্ৰমী প্ৰদৰ্শন তেওঁৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ এক প্ৰমাণ। তেওঁক অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Railways cuts ticket prices for passenger trains by 50%

Media Coverage

Railways cuts ticket prices for passenger trains by 50%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 ফেব্ৰুৱাৰী 2024
February 28, 2024

Modi Government Ensuring Last-mile Delivery and Comprehensive Development for India