Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছৰ বেডমিন্টনত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে মনোজ সৰকাৰক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"@manojsarkar07 ৰ চমৎকাৰ প্ৰদৰ্শনত অতিশয় আনন্দিত হৈছো। বেডমিন্টনত ঘৰলৈ সন্মানীয় ব্ৰঞ্জৰ পদক কঢ়িয়াই অনাৰ বাবে তেওঁক অভিনন্দন জনাইছো। অনাগত সময়ৰ বাবে জনালো অলেখ শুভকামনা। #Paralympics #Praise4Para"

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Celebrating India’s remarkable Covid-19 vaccination drive

Media Coverage

Celebrating India’s remarkable Covid-19 vaccination drive
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 অক্টোবৰ 2021
October 23, 2021
Share
 
Comments

Citizens hails PM Modi’s connect with the beneficiaries of 'Aatmanirbhar Bharat Swayampurna Goa' programme.

Modi Govt has set new standards in leadership and governance