প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-ছাবঅৰ্বিটেলৰ সফল প্ৰক্ষেপণৰ বাবে ভাৰতীয় অন্তৰিক্ষ গৱষণা সংস্থা (ইছৰো) আৰু ইন-স্পেচক অভিনন্দন জনাইছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ, স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ৰকেট বিক্ৰম-এছে আজি শ্ৰীহৰিকোটাৰ পৰা উড়ন সম্পন্ন কৰে! এয়া ভাৰতৰ বেচৰকাৰী অন্তৰিক্ষ উদ্যোগৰ যাত্ৰাত এটা মহত্বপূৰ্ণ মাইলৰ খুঁটা। এই প্ৰাপ্তি আহৰণ কৰা বাবে @isro আৰু @INSPACeINDক অভিনন্দন।

"এই প্ৰাপ্তিয়ে আমাৰ যুৱক-যুৱতীৰ অপাৰ প্ৰতিভাৰ প্ৰমাণ দিয়ে, যিসকলে জুন ২০২০ৰ ঐতিহাসিক অন্তৰিক্ষ ক্ষেত্ৰৰ সংশোধনৰ সম্পূৰ্ণ সুবিধা আদায় কৰিলে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Middle Class Story: How governance reforms are powering India’s next growth engine

Media Coverage

The Middle Class Story: How governance reforms are powering India’s next growth engine
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2026
June 06, 2026

Viksit Bharat Rising: PM Modi's Vision Powers Energy, Defense & Digital Dominance