প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ অনবদ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা এটা পোষ্টত লিখিছে : “টিম ইণ্ডিয়ালৈ অভিনন্দন! ভাৰতে অতি উত্তম প্ৰদৰ্শন আগবঢ়াই অনন্য শৈলীৰে ফাইনেলত প্ৰৱেশ কৰিছে। কল্পনাতীত বেটিং আৰু ভাল বলিঙে আমাৰ দলৰ বাবে জয় নিশ্চিত কৰি পেলালে। ফাইনেলৰ বাবে শুভেচ্ছা!”

 

 

 

The Prime Minister also praised superlative performance by Mohammad Shami.

He posted.

"Today’s Semi Final has been even more special thanks to stellar individual performances too.

The bowling by @MdShami11 in this game and also through the World Cup will be cherished by cricket lovers for generations to come.

Well played Shami!"

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Why Was Chandrayaan-3 Touchdown Spot Named 'Shiv Shakti'? PM Modi Explains

Media Coverage

Why Was Chandrayaan-3 Touchdown Spot Named 'Shiv Shakti'? PM Modi Explains
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মে’ 2024
May 26, 2024

India’s Journey towards Viksit Bharat fueled by Progressive reforms under the leadership of PM Modi