প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ এণ্ড্ৰু হোলনেছক ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে জামাইকা পাৰ্টিক জয়ৰ দিশত আগুৱাই নিয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে লগতে কয়, “ভাৰত-জামাইকাৰ বন্ধুত্বৰ বান্ধোনক সু-গভীৰ আৰু আমাৰ দুয়োখন দেশৰ মাজৰ সহযোগিতাক অধিক সুদৃঢ়কৰণৰ বাবে আগ্ৰহী হৈ উঠিছোঁ।“
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
"ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে জামাইকা পাৰ্টিক জয়ৰ দিশত আগুৱাই নিয়াৰ বাবে ডঃ এণ্ড্ৰু হোলনেছক আন্তৰিক অভিনন্দন জনালোঁ। ভাৰত-জামাইকাৰ বন্ধুত্বৰ বান্ধোনক সু-গভীৰ আৰু আমাৰ দুয়োখন দেশৰ মাজৰ সহযোগিতাক অধিক সুদৃঢ়কৰণৰ বাবে আগ্ৰহী হৈ উঠিছোঁ। "
@AndrewHolnessJM
Heartiest congratulations to Dr. Andrew Holness on leading the Jamaica Party to victory for the third consecutive time. Looking forward to deepening India-Jamaica bonds of friendship and further strengthening cooperation between our two countries.@AndrewHolnessJM
— Narendra Modi (@narendramodi) September 5, 2025


