প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যা দেশমুখক কেৱল ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপ জয় কৰাৰ লগতে গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ বাবেও অভিনন্দন জনাইছে। "তেওঁৰ সাফল্যই বহু লোকক অনুপ্ৰাণিত কৰিব আৰু যুৱক-যুৱতীসকলৰ মাজত দবা খেল অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"ভাৰতীয় দবাৰ বাবে এয়া এক অভূতপূৰ্ব দিন!

দিব্যা দেশমুখে কেৱল ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপ জয় কৰাই নহয়, গ্ৰেণ্ডমাষ্টাৰ হিচাপেও পৰিগণিত হৈছে। তেওঁক অভিনন্দন জনাইছো। তেওঁৰ সাফল্যই বহু লোকক অনুপ্ৰাণিত কৰিব আৰু যুৱক-যুৱতীসকলৰ মাজত দবা খেল অধিক জনপ্ৰিয় হোৱাত অৰিহণা যোগাব। "

@DivyaDeshmukh05

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch