প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিবু চোৰেনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে জনজাতীয় সমাজ, দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ প্ৰতি তেওঁৰ আগ্ৰহক প্ৰশংসা কৰে।

এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে কয়ঃ

“শিবু চোৰেন ডাঙৰীয়া আছিল ৰাইজৰ প্ৰতি অদম্য সমৰ্পণৰ মনোভাৱেৰে জনজীৱনেৰে সংপৃক্ত এগৰাকী তৃণমূল পৰ্য্যায়ৰ নেতা। তেওঁৰ জনজাতীয় সমাজ, দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ প্ৰতি বিশেষ আগ্ৰহ আছিল। তেওঁৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জনালোঁ। মই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত চোৰেন ডাঙৰীয়াৰ সৈতে বাৰ্তালাপেৰে শোক প্ৰকাশ কৰিছোঁ। ঔম শান্তি।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Retail sales up 9% in February; apparel, grocery lead as demand stabilises

Media Coverage

Retail sales up 9% in February; apparel, grocery lead as demand stabilises
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026