প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞাপন আৰু যোগাযোগ জগতৰ কিংবদন্তি ব্যক্তিত্ব শ্ৰী পীয়ুষ পাণ্ডেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এক হৃদয়স্পৰ্শী বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী পাণ্ডেৰ অসাধাৰণ সৃষ্টিশীলতা আৰু ভাৰতৰ বিজ্ঞাপনৰ জগতখনলৈ তেওঁৰ বিশাল অৱদানক স্মৰণ কৰে।

এক্স-ৰ এটা পোষ্টত তেওঁ কয়ঃ

"শ্ৰী পীয়ুষ পাণ্ডেজীক তেওঁৰ সৃষ্টিশীলতাৰ বাবে প্ৰশংসা কৰা হৈছিল। বিজ্ঞাপন আৰু যোগাযোগ জগতত তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। বছৰ বছৰ ধৰি হোৱা আমাৰ কথোপকথন মই আন্তৰিকতাৰে স্মৰণ কৰিম। তেওঁৰ বিয়োগত দুখ পাইছো। মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ সৈতে আছে। ওম শান্তি"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 ছেপ্টেম্বৰ 2026
September 14, 2026

PM Modi Brought the Train to Aizawl and Bharat to the BRICS Table