পিএমএনআৰএফ-ৰ পৰা এক্স গ্ৰেচিয়া ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স গ্ৰেচিয়া ঘোষণা কৰে।

এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ

“ৰাজস্থানৰ দৌছাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। ইয়াত প্ৰিয়জনক হেৰুৱাবলগীয়া হোৱা পৰিয়াল-বৰ্গলৈ গভীৰ সমবেদনা জনালোঁ। আহতসকলৰ আশু-আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।

প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফ-ৰ পৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi