পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

মধ্যপ্ৰদেশৰ জবলপুৰত  সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে এই  শোকাৱহ  দুৰ্ঘটনাত আপোনজনক হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰা বুলিও তেওঁ উল্লেখ কৰে।

শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰাণ হেৰুওৱাসকলৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক  ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে ।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

"মধ্যপ্ৰদেশৰ জবলপুৰত নাও দুৰ্ঘটনাত বহুতে প্ৰাণ  হেৰুৱাৰ কথাটো অত্যন্ত যন্ত্ৰণাদায়ক। এই কৰুণ দুৰ্ঘটনাত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰি আছে।"

পিএমএনআৰএফৰ পৰা  প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ সাহায্য দিয়া হ’ব"।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic manufacturers outpace global firms in India’s factory space race

Media Coverage

Domestic manufacturers outpace global firms in India’s factory space race
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”