পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য ঘোষণা কৰিছে।

পিএমঅ’ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ

“উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। যিসকল লোকে আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মে’ 2026
May 04, 2026

Green Roads, Smart Tolls, Trillion-Dollar Dreams: How PM Modi's Policies are Supercharging a Modern India