প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰত্ন পণ্ডিত মদন মোহন মালব্যৰ নাতি শ্ৰী গিৰিধৰ মালব্যৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে গংগা পৰিষ্কৰণ আৰু বিশ্ববাসীক দিয়া শিক্ষাৰ ক্ষেত্ৰত শ্ৰী গিৰিধৰ মালব্যই আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে।

 

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ

“ভাৰতৰত্ন পণ্ডিত মদন মোহন মালব্যৰ নাতি শ্ৰী গিৰিধৰ মালব্যৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ বিয়োগ শিক্ষা জগতৰ লগতে সমগ্ৰ দেশৰ বাবে এক অপুৰণীয় ক্ষতি। গংগা পৰিষ্কৰণ অভিযানত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। আইনী সেৱাৰ ক্ষেত্ৰত নিজ কৰ্মৰে তেওঁ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। মই ব্যক্তিগতভাৱে কেইবাবাৰো তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিল। ২০১৪ আৰু ২০১৯ত বাৰাণসীত মোৰ সংসদীয় ক্ষেত্ৰৰ তেওঁ প্ৰস্তাৱক আছিল, যিটো মোৰ বাবে অবিষ্মৰণীয় হৈ ৰ’ব। এই শোকাকুল মুহূৰ্তত ভগৱানে তেওঁৰ পৰিয়াল আৰু আত্মীয়-স্বজনক দুখ সহ্য কৰাৰ শক্তি প্ৰদান কৰক। ঔম শান্তি।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi