প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ বেংগলী লেখক শ্ৰী সমৰেশ মজুমদাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"সমৰেশ মজুমদাৰ বাংলা সাহিত্যত তেওঁৰ অৱদানৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁৰ লেখাত পশ্চিমবংগৰ সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশ সুন্দৰভাৱে ফুটি উঠিছে। তেওঁৰ পৰিয়ালৰ প্ৰতি থাকিল মোৰ সমবেদনা। ওঁ শান্তি।"
Shri Samaresh Majumdar will be remembered for his contribution to Bengali literature. His works capture different aspects of the society and culture of West Bengal. My condolences to his family. Om Shanti.
— Narendra Modi (@narendramodi) May 8, 2023


