প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানি আৰু বিস্তৰ ক্ষতিসাধনৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে শ্ৰী মোদীয়ে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে। এই কঠিন সময়ত ভাৰতে ফিলিপাইনছৰ কাষত থিয় দিছে বুলিও তেখেতে দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছে;

“ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানি আৰু বিস্তৰ ক্ষতিসাধনৰ ঘটনাত শোকাহত হৈছোঁ। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিলোঁ। এই কঠিন সময়ত ভাৰতে ফিলিপাইনছৰ কাষত থিয় দিছে।

@bongbongmarcos”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মাৰ্চ 2026
March 06, 2026

New India's Rise: Record Enterprise Growth, Women's Financial Leap, and Rural Revival Under PM Modi