পীড়িতসকলৰ প্ৰতি পিএমএনআৰএফৰ পৰা এককালীন সাহাৰ্যত অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বাৰ্মেৰ-যোধপুৰ ঘাইপথত বাছ-টেংকাৰৰ সংঘৰ্ষত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে লগতে পীড়িতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পূঁজি (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহাৰ্যতো অনুমোদন জনাইছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়, “এইটো অতি দুখৰ কথা যে ৰাজস্থানৰ বাৰ্মেৰ-যোধপুৰ ঘাইপথত বাছ-টেংকাৰৰ সংঘৰ্ষত কেইবাজনো লোকে প্ৰাণ হেৰুৱালে৷ এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোক সমবেদনা জ্ঞাপন কৰিছো৷

মই আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী @narendramodi৷

ৰাজস্থানৰ বাৰ্মেৰ-যোধপুৰ ঘাইপথত বাছ-টেংকাৰৰ সংঘৰ্ষত যিসকল লোকে প্ৰাণ হেৰুৱালে, তেওঁলোকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ তদুপৰি, আহতসকলৰ ৫০,০০০টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New high for India-made car exports

Media Coverage

New high for India-made car exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional