পীড়িতসকলৰ প্ৰতি পিএমএনআৰএফৰ পৰা এককালীন সাহাৰ্যত অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বাৰ্মেৰ-যোধপুৰ ঘাইপথত বাছ-টেংকাৰৰ সংঘৰ্ষত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে লগতে পীড়িতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পূঁজি (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহাৰ্যতো অনুমোদন জনাইছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়, “এইটো অতি দুখৰ কথা যে ৰাজস্থানৰ বাৰ্মেৰ-যোধপুৰ ঘাইপথত বাছ-টেংকাৰৰ সংঘৰ্ষত কেইবাজনো লোকে প্ৰাণ হেৰুৱালে৷ এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোক সমবেদনা জ্ঞাপন কৰিছো৷

মই আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী @narendramodi৷

ৰাজস্থানৰ বাৰ্মেৰ-যোধপুৰ ঘাইপথত বাছ-টেংকাৰৰ সংঘৰ্ষত যিসকল লোকে প্ৰাণ হেৰুৱালে, তেওঁলোকৰ আত্মীয়ক পিএমএনআৰএফৰ পৰা ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ তদুপৰি, আহতসকলৰ ৫০,০০০টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ডিচেম্বৰ 2025
December 08, 2025

Viksit Bharat in Action: Celebrating PM Modi's Reforms in Economy, Infra, and Culture