প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিলিভিতত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে।
পিএমঅ’ৰ এটা টুইটত কোৱা হৈছেঃ
"উত্তৰ প্ৰদেশৰ পিলিভিতত সংঘটিত পথ দুৰ্ঘটনা হৃদয়বিদাৰক। এই দূৰ্ঘটনাত যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। একে সময়তে, মই আহত সকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী মোদী।"
उत्तर प्रदेश के पीलीभीत में हुई सड़क दुर्घटना हृदयविदारक है। इसमें जिन लोगों ने अपने प्रियजनों को खोया है, उनके प्रति मैं अपनी शोक-संवेदना व्यक्त करता हूं। इसके साथ ही सभी घायलों के शीघ्र स्वस्थ होने की कामना करता हूं: PM @narendramodi
— PMO India (@PMOIndia) June 23, 2022


