প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। "ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশকে গৰিহণা জনাই আহিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিত দৃঢ়তাৰে থিয় দিছে", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

"আজি জেৰুজালেমত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি নিহতসকলৰ পৰিয়াল-বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন আৰু আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ।

ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ তথা প্ৰকাশকে গৰিহণা জনাই আহিছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিত দৃঢ়তাৰে থিয় দিছে।"

@netanyahu

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi