প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু সেনা বাহিনীৰ মুৰব্বীসকলৰ লগতে উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন বৈঠকত অধ্যক্ষতা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়:
“প্ৰধানমন্ত্ৰী @narendramodiয়ে প্ৰতিৰক্ষা মন্ত্ৰী @rajnathsingh, এনএছএ অজিত ডোভাল, চিডিএছ জেনেৰেল অনিল চৌহান, সেনা বাহিনীৰ মুৰব্বীসকলৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এখন বৈঠকত অধ্যক্ষতা কৰে।
PM @narendramodi chaired a meeting, which was attended by Defence Minister @rajnathsingh, NSA Ajit Doval, CDS General Anil Chauhan, Chiefs of the armed forces and senior officials. pic.twitter.com/ciFWz8osRK
— PMO India (@PMOIndia) May 9, 2025


