প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত এক উচ্চ-স্তৰীয় বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, এনএছএ অজিত ডোভাল, চিডিএছ জেনেৰেল অনিল চৌহান, সশস্ত্ৰ বাহিনীৰ মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
“প্ৰধানমন্ত্ৰী @narendramodi-এ ৭, লোক কল্যাণ মাৰ্গত এক উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত অংশগ্ৰহণ কৰা সকলৰ ভিতৰত আছিল প্ৰতিৰক্ষা মন্ত্ৰী @rajnathsingh, এনএছএ অজিত ডোভাল, চিডিএছ জেনেৰেল অনিল চৌহান, সশস্ত্ৰ বাহিনীৰ মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকল।”
A high level meeting was chaired by PM @narendramodi at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister @rajnathsingh, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials. pic.twitter.com/mECIeuREKz
— PMO India (@PMOIndia) May 10, 2025


